--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৩ চনৰ ১ জানুৱাৰীৰ সৈতে নতুন বছৰ আৰম্ভ হৈছে। কিন্তু, আপুনি জানি আচৰিত হ’ব যে নতুন বছৰটো সদায় ১ জানুৱাৰীত পালন কৰা হোৱা নাছিল। বহু বছৰৰ আগতে নতুন বছৰটো জানুৱাৰী মাহৰ বাহিৰে আন যিকোনো মাহৰ পৰা আৰম্ভ হৈছিল। পাছলৈ পঞ্জিকাত পৰিৱৰ্তন ঘটি ১ জানুৱাৰীৰ পৰা নতুন বছৰ উদযাপন কৰিবলৈ আৰম্ভ কৰে। আজি নৱবৰ্ষৰ প্ৰথমটো দিন এনে পৰিস্থিতিত প্ৰথমে নতুন বছৰৰ আকৰ্ষণীয় ইতিহাসৰ বিষয়ে জানো আহক...

এনে নহয় যে সদায় নতুন বছৰটো ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল। ১৫৮২ চনৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল। আগতে প্ৰথম বছৰত মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল। পাছলৈ ৰোমৰ ৰজা নুমা পম্পিলাছে ৰোমান পঞ্জিকাত প্ৰয়োজনীয় সালসলনি কৰি জানুৱাৰী মাহটো কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰি বছৰৰ প্ৰথম মাহ হিচাপে গণ্য কৰা হয়। আগতে এই কেলেণ্ডাৰত মাৰ্চৰ পৰা ডিচেম্বৰলৈকে মাত্ৰ ১০ মাহহে আছিল। যাৰ বাবে সেই সময়ত এবছৰত মাত্ৰ ৩১০ দিনৰ কথাহে বিবেচনা কৰা হৈছিল।

জানুৱাৰীৰ পৰা কোনে আৰম্ভ কৰিলে নতুন বছৰ?
কোৱা হয় যে ৰোমান শাসক জুলিয়াছ ছিজাৰে ১ জানুৱাৰীৰ পৰা নতুন বছৰ আৰম্ভ কৰিছিল। জুলিয়াছ চিজাৰে যেতিয়া জ্যোতিৰ্বিজ্ঞানীসকলক লগ পায় তেতিয়া তেওঁ গম পালে যে পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে ৩৬৫ দিন ছয় ঘন্টাত ঘূৰি থাকে। এই কথা মনত ৰাখি এবছৰত ১২ মাহ আৰু ৩১০ দিনত ৩৬৫ দিন বনোৱা হ’ল।

ইয়াৰ পিছত ১৫৮২ চনত নিজেই পোপ গ্ৰেগৰীয়ে জুলিয়াছ কেলেণ্ডাৰত অধিবৰ্ষৰ সন্দৰ্ভত সামান্য ভুল বিচাৰি পাইছিল। সেই সময়ছোৱাত বিখ্যাত ধৰ্মগুৰু চেণ্ট বেডে কৈছিল যে বছৰটো ৩৬৫ দিন ৬ ঘণ্টাৰ নহয়, বৰঞ্চ ৩৬৫ দিন ৫ ঘণ্টা ৪৬ ছেকেণ্ডৰ। এই কথা মনত ৰাখি পিছলৈ ৰোমান কেলেণ্ডাৰ সলনি কৰি নতুন কেলেণ্ডাৰ প্ৰস্তুত কৰা হয় আৰু তেতিয়াৰ পৰাই ১ জানুৱাৰীৰ পৰা নতুন বছৰ উদযাপনৰ পৰম্পৰা আৰম্ভ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য