--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ভাৰতীয় দলৰ বেটছমেনসকল বিফল বৰ্থ হ’ল । শুভমান গিল মাত্ৰ ১৩ ৰাণত ,শিখৰ ধাৱান ২৮ ৰাণত আউট হোৱাৰ পিছতে যেন নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলা শৃংখলাত পৰাজয়ৰ বাট মুকলি হৈছিল। ভাৰত বনাম নিউজিলেণ্ডৰ  তৃতীয় মেচ বৰষুণৰ বাবে  বাতিল কৰা হয় ।ফলত নিশ্চিত পৰাজয়ৰ মুখামুখি হ’বলগীয়া হয় ভাৰত। 

বৰষুণৰ বাবে গোটেই শৃংখলাটো  খেলা সম্ভৱ হোৱা নাছিল। নিউজিলেণ্ডে শৃংখলাটোত ১-০ত আগবাঢ়ি আছিল। বুধবাৰে খেলখন বাতিল হোৱাৰ পিছত কেন উইলিয়ামছনৰ দলে শৃংখলাটো অৱধাৰিতভাবে জিকিবলৈ সক্ষম হয়। ঋষভ পন্ত চাৰি নম্বৰত ক্ৰীজত নামি   বিফল হয় । তেওঁ মাত্ৰ ১০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতীয় দলটোৱে  দুজন অপেনাৰ হেৰুওৱাৰ পিছতে যেন   অলপ বিচলিত হৈ পৰিছিল। পণ্টে সেই সময়ত অধিক দায়িত্ব লোৱাৰ প্ৰয়োজন আছিল। 

টি-২০ বিশ্বকাপত ৰাণ সংগ্ৰহ কৰা সূৰ্যকুমাৰ যাদৱেও কিৱিৰ বিৰুদ্ধে সঠিত তাল মিলাব নোৱাৰিলে। তেওঁ মাত্ৰ ৬ ৰাণত আউট হয়। দীপক হুডাই ১২ ৰাণ সংগ্ৰহ কৰে। শেষত  সুন্দৰে ৫১ ৰাণ সংগ্ৰহ কৰি দলটোক কিছু সাহ দিয়ে।    আৰ্শদীপে ৯ ৰাণ সংগ্ৰহ কৰে।

কেন উইলিয়ামছনৰ দলৰ হৈ এডাম মিলনে ভাৰতীয় বেটছমেনসকলক প্ৰথমৰে পৰাই চাপত ৰাখিবলৈ সক্ষম হৈছিল। তেওঁ অতি সহজে  শুভমানক ড্ৰেছিং ৰুমলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হৈছিল। ভাৰতৰ দুয়োগৰাকী  অপেনাৰেই মিলানৰ আক্ৰমণৰ বলি হ’বলগীয়া হ’ল।। তেওঁ সূৰ্যকুমাৰৰ উইকেটো লয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক