--°C
Loading...
Listen to Article
2 min read
80%

১৩ ডিচেম্বৰ ২০২৩, বুধবাৰ

মেষ- কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। কোনো লোকে দু: সংবাদ দিব পাৰে। শিক্ষাৰ্থীৰ বাবে শুভ। শুভ সংখ্যা ৫, শুভ ৰং বাদামী।

বৃষ-কৰ্মক্ষেত্ৰত ভয় শংকা বৃদ্ধি পাব। অযথা বদনাম পাব পাৰে। জমা ধন খৰচ হ’ব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

 মিথুন- কৰ্মত দূৰদৰ্শিতা প্ৰকাশ পাব। ভ্ৰমণৰ যোগ। প্ৰেমত সাৱধান হ’ব। মিতব্যয়ী হওক। শুভ সংখ্যা ৪, শুভ ৰং সেউজীয়া।

কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা। দুষ্ট লোকে বিপথে নিব পাৰে।পৰচৰ্চা নকৰিব। শুভ সংখ্যা ১,শুভ ৰং সোণালী।

সিংহ- আনৰ তোষামোদত ভোল নাযাব। যি কোনো কথাতে নিজৰটোকে শুদ্ধ বুলি নাভাবিব।
হাতলৈ ধন আহিব। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

কন্যা- দিনটো প্ৰায় ভালে যাব। খৰচৰ মাত্ৰা বৃদ্ধি পাব।সংযম ৰক্ষা কৰি চলিব। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

তুলা- কামত আনৰ পৰা প্ৰেৰণা পাব। মনোৰঞ্জনত ব্যস্ত নথকাই ভাল। মিছা প্ৰতিশ্ৰুতি নিদিব। শুভ সংখ্যা ৯, শুভ ৰং গুলপীয়া।

বৃশ্চিক- বিবাহৰ কথা চলি থকা সকলে আজি সিদ্ধান্তত উপনীত হ'ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং বগা।

ধনু- জনপ্ৰিয়তা বৃদ্ধিৰ সুযোগ পাব। যাকে তাকে সংগ নিদিব। আৰ্থিক স্থিতি উন্নত। শুভ সংখ্যা ৭, শুভ ৰং মেৰুণ।

মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।প্ৰেমত বিবাদৰ সম্ভাৱনা। শুভ সংখ্যা ৩, শুভ ৰং বেঙুনীয়া।

কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। শুভ সংখ্যা ৪, শুভ ৰং মাখন।

মীন- মাটি-বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। অৰ্থ লাভ। শুভ সংখ্যা ২, শুভ ৰং নীলা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক