--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সৌন্দৰ্য আৰু প্ৰতিভাৰে অনুৰাগীৰ নয়নৰ মণি হৈ পৰা কৃতি ছাননৰ বয়ফ্ৰেণ্ড আছেনে? হিৰপণ্টি, বচ্ছন পাণ্ডেৰ দৰে জনপ্ৰিয় ছৱিত অভিনয় কৰা কৃতি নিঃসংগ নেকি?

 

শেহতীয়াকৈ এগৰাকী অনুৰাগীক অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্ত এটা বুদ্ধিদীপ্ত উত্তৰ দিছে৷ বুধবাৰে কৃতিৰ মুক্তি লাভ কৰিব লগা ছৱি ‘ভেড়িয়াৰ এক প্ৰচাৰ অনুষ্ঠানত অনুৰাগীয়ে প্ৰশ্নটো সোধে৷

 

কৃতিক সোধা হয় যে আপোনাৰ বয়ফ্ৰেণ্ড নাই নেকি? তাৰ উত্তৰত প্ৰথমে কৃতিয়ে বিশেষ একো প্ৰতিক্ৰিয়া দিয়া নাছিল৷ কেৱল হাঁহি থাকিল৷

 

অলপ সময় পাছত কৃতিয়ে অনুৰাগীক উলোটাকৈ প্ৰশ্ন সুধিলে- ‘‘বয়ফ্ৰেণ্ড নাই তাতে কি হল?’’

 

ইয়াৰ দ্বাৰা কৃতিয়ে নিজকে নিঃসংগ বুলি স্বীকাৰ কৰি ললে৷ বুজাই দিলে যে তেওঁ এতিয়াই প্ৰেম-সম্পৰ্ক ইত্যাদিত মাথা মাৰিব নিবিচাৰে৷ বৰঞ্চ বলিউডত ব্যস্ত হৈ থাকিব বিচাৰে৷

 

উল্লেখ্য যে কৃতিয়ে অভিনয় কৰা ‘ভেড়িয়া, গণপথ, আদিপুৰুষৰ দৰে কেইবাখনো বিগ বাজেটৰ চিনেমাই মুক্তিৰ ক্ষণ গণিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত