--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ  খানৰ ছেক্স অডিঅ’ ফাদিল হোৱাৰ সময়তে ইমৰাণৰ প্ৰাক্তন পত্নী ৰেহাম খানে পুনৰ বিয়াত বহিল।  ব্ৰিটিছ-পাকিস্তানী সাংবাদিকে এজনে পাকিস্তানী অভিনেতাৰ সৈতে ৰেহামৰ বিবাহৰ এখন ফটো টুইট কৰিছে।

৪৯ বছৰীয়া ৰেহামে ইয়াকেলৈ  তৃতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ল । ৩৬  বছৰীয়া পাক অভিনেতা মিৰ্জা  বিলালৰ সৈতে  তৃতীয় বিবাহত বহিছে। বিলালে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে। আমেৰিকাৰ ছিটল  চহৰত বিবাহ অনুষ্ঠান অতি সাধাৰণভাৱে আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে।

 বিয়াৰ পিছতে  ৰেহেমে কয়, "মই অৱশেষত এনে এজন ব্যক্তি বিচাৰি পাইছো যাক বিশ্বাস কৰিব পাৰি। ''
ৰেহামে ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁ প্ৰথমে  লিয়াজ ৰহমা নামৰ এজন মনোৰোগ বিশেষজ্ঞৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০০৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। ইয়াৰ পিছত, ৰেহামে ২০১৪  চনত ইমৰাণৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ বিবাহ মাত্ৰ ১০ মাহ চলিছিল। ইমৰাণ আৰু ৰেহামৰ ২০১৫ চনত বিবাহ বিচ্ছেদ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ