--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল টি-চাৰ্টভাঁজ কৰিয়েই বিশ্ব অভিলেখ গঢ়িলে এজন যুৱকে।  এই কাম কৰি  যুৱকজনে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

কাপোৰ ভাঁজ কৰাটো একসাধাৰণ কথা। আপুনি কেতিয়াবা ভাবিছেনে যে এনে কৰি আপুনিও বিশ্ববিখ্যাত হ'ব পাৰে ? মাত্ৰ এক মিনিটত, ডেভিদ ৰাছ নামৰ যুৱজনে  ৩১  টা টি-ছাৰ্ট ভাঁজ কৰি শ্বেল্ফত সজাই ৰাখি অভিলেখ গঢ়িলে। 

এইক্ষেত্ৰত  পূৰ্বৱৰ্তী ৰেকৰ্ড আছিল ২৩ টা টি-ছাৰ্ট। আমেৰিকাৰ  যুৱকজনে সেই অভিলেখ ভংগ কৰিলে। এনে কামৰ বাবেই তেওঁৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছে।
ডেভিদে কয়  যে তেওঁ ১ মিনিটত সৰ্বাধিক টি-ছাৰ্ট ভাঁজ কৰাৰ  বিশ্ব অভিলেখ গঢ়াৰ বাবে মন স্থিৰ কৰিছিল।   

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইডাহোৰ বাসিন্দা ডেভিদে ২৫০ তকৈও অধিক বিশ্ব অভিলেখ গঢ়িছে! 
কিন্তু এয়া কেৱল টি-ছাৰ্টৰ ভাঁজ কৰাই নহয়, তেওঁৰ বহু দিশৰ প্ৰতি আগ্ৰহ আছে। একেসময়তে ১৫০ ডাল  মমবাতি জ্বলোৱা বা হাফ মাৰাথনত দৌৰা আদি তেওঁৰ প্ৰিয় অভিৰুচি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ