--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়াৰে পৰা ব্যয়বহুল হ’ব জোমাটোৰ পৰা খাদ্যসামগ্ৰী অৰ্ডাৰ কৰা প্ৰক্ৰিয়া৷ জোমাটোৱেও এতিয়া চুইগিৰ পথ অনুসৰণ কৰিছে। জোমাটোৱে চুইগিৰ পাছত গ্ৰাহকৰ পৰা প্লেটফৰ্ম মাচুল লোৱা আৰম্ভ কৰিছে। অৱশ্যে, এই প্লেটফৰ্ম মাচুল বৰ্তমান কেৱল কেইজনমান ব্যৱহাৰকাৰীৰ পৰা পৰীক্ষামূলকভাৱে সংগ্ৰহ কৰা হৈছে।

প্ৰায় চাৰিমাহ পূৰ্বে চুইগিয়ে খাদ্যৰ অৰ্ডাৰত প্লেটফৰ্ম মাচুল লোৱা আৰম্ভ কৰিছিল। গ্ৰাহকসকলে চুইগিৰ পৰা অৰ্ডাৰ কৰা প্ৰতিটো অৰ্ডাৰত ২ টকাৰ প্লেটফৰ্ম মাচুল পৰিশোধ কৰিব লাগিব।

আনহাতে, জোমাটোৱে কেৱল কেইজনমান ব্যৱহাৰকাৰীৰ বাবে প্লেটফৰ্ম মাচুল কাৰ্যকৰী কৰিছে। অৱশ্যে, গ্ৰোচাৰী ডেলিভাৰী প্লেটফৰ্ম ব্লিঙ্কিটত কোনো প্ৰভাৱ পৰা নাই। কোম্পানীটোৰ গড় মুঠ অৰ্ডাৰৰ মূল্য প্ৰায় ৪১৫ টকা। সেই অনুসৰি দুই টকাৰ মাচুল ইয়াৰ ০.৫ শতাংশ। এয়া গ্ৰাহকৰ বাবে কম পৰিমাণ হ’ব পাৰে, কিন্তু ই কোম্পানীটোক যথেষ্ট লাভান্বিত কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস