--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই চাহ খাই ভাল পায়। চাহৰ লগত কিবাকিবি বস্তু খাই বহু লোকে ভালপায়।মানুহে প্ৰায়ে চাহৰ লগত পৰঠা, পুৰী, পকৰী, চিংৰা, মিঠাই বা বিস্কুট খায়। আনহাতে বহুতৰে চাহৰ লগত কিবা বস্তু খোৱাৰ ইমান বেয়া নিচা যে দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ পাছতো চাহ খাই ভাল পায়। কিন্তু আপুনি জানেনে যে কিছুমান বস্তু চাহৰ লগত একেবাৰে সেৱন কৰিব নালাগে।ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য নষ্ট হ'ব পাৰে। 

ভুলতো চাহৰ লগত এইবিলাক নাখাব-

১) চাহৰ সৈতে ফ্ৰেঞ্চ ফ্ৰাইঃ বহু সময়ত দেখা যায় যে মানুহে চাহৰ লগত ফ্ৰেঞ্চ ফ্ৰাই, বাৰ্গাৰ, পিজ্জা আদি ভাল পায়। কিন্তু আপুনি জানেনে যে এইবোৰ সেৱনে আপোনাৰ লিভাৰত বহুত বেয়া প্ৰভাৱ পেলায়। এই সকলোবোৰ খাদ্য চৰ্বিৰে ভৰপূৰ, যিটো হজম কৰিবলৈ লিভাৰে বহুত কষ্ট কৰিব লগা হয়। সেইবাবেই ফ্ৰেঞ্চ ফ্ৰাই চাহৰ লগত খাব নালাগে।

২) অধিক নিমখ থকা বস্তু সেৱন কৰাঃ চাহৰ লগত নিমখীয়া খোৱাটো স্বাস্থ্যৰ বাবে বেয়া। চাহৰ লগত অধিক নিমখীয়া বস্তু খালে শৰীৰত পানীৰ সমস্যা হ’ব পাৰে। ইহঁতে মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৩) ব্ৰেডৰ লগত চাহ খোৱাৰ অভ্যাসঃ বেছিভাগ মানুহেই ব্ৰেকফাষ্টত চাহৰ সৈতে ব্ৰেড খাবলৈ ভাল পায় যদিও দৈনন্দিন জীৱনৰ এই অভ্যাস স্বাস্থ্যৰ বাবে অধিক ক্ষতিকাৰক। আপোনালোকক জনাওঁ যে চাহৰ লগত ব্ৰেড খালে ব্লাড চুগাৰ বৃদ্ধি পায় আৰু পেটৰ সমস্যাও হ'ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ