--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ স্পিনাৰ ৱানিন্দু হাছৰংগাই হঠাতে টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰে। তিনি বছৰ ৰেডবল ফৰ্মেটত খেলাৰ পিছত টেষ্ট কেৰিয়াৰ ত্যাগ কৰে।

হাছৰঙাই কয় যে এই সিদ্ধান্ত বগা বল ক্ৰিকেটত গুৰুত্ব দিবলৈকে লোৱা হৈছে। লগতে তেওঁ অধিক ফ্ৰেঞ্চাইজি লীগত খেলিব বিচাৰে। তেওঁ বিৰাট কোহলীৰ দল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ আই পি এলত খেলিছিল।

যোৱা দুবছৰ ধৰি শ্ৰীলংকাৰ টেষ্ট দলত নিয়মীয়া খেলুৱৈ নাছিল হাছৰংগা। তেওঁ মাত্ৰ চাৰিখন টেষ্ট খেলিছিল। কিন্তু তেওঁ কোনো প্ৰভাৱ পেলাব পৰা নাছিল। তেওঁৰ হাতত আছে মাত্ৰ চাৰিটা উইকেট। কিন্তু বেটেৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ অৰ্ধশতক কৰিছিল৷

দেশৰ হৈ হাছৰঙে ৪৪খন এদিনীয়াত ৭৬টা আৰু ৫৮খন টি-২০ মেচত ৯১ টা উইকেট লাভ কৰিছে৷ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৪৪খন মেচত ১০২টা উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ