--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বাসগৃহৰ সমীপত উদ্ধাৰ হৈছে বিস্ফোৰক সামগ্ৰী। লগে লগে বিয়পি পৰিছে চাঞ্চল্য। আৰক্ষীয়ে জনোৱামতে, সোমবাৰে মুখ্যমন্ত্ৰীজনৰ চণ্ডীগড়স্থিত বাসগৃহৰ ৫০০ মিটাৰ দূৰত বোমা উদ্ধাৰ কৰা হৈছে। বোমা উদ্ধাৰৰ সময়ছোৱাত ভগৱন্ত মান বাসাভৱনত নাছিল।

আবেলি ৪টা বজাত এজন চাফাইকৰ্মীয়ে মুখ্যমন্ত্ৰীৰ হেলিপেডৰ কাষতে সন্দেহজনক বিস্ফোৰক সামগ্ৰী প্ৰত্যক্ষ কৰে। তাৰপাছতে আৰক্ষীয়ে ব’ম্ব স্কোৱাদক মাতি পঠায়।

বোমাটো উদ্ধাৰ হোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চণ্ডীগড় প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে- ''বোমাটো কেনেদৰে সেই স্থানলৈ আহিল সেয়া তদন্ত কৰা হৈছে। তন্ন তন্নকৈ তালাচি চলোৱা হৈছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক