--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ পত্নীৰ অবিকল চেহেৰাৰ মহিলাৰ স’তে আন পুৰুষৰ যৌনতাৰ ভিডিঅ’ ভাইৰেল হোৱাত অস্বস্তিত পৰিছে এগৰাকী আৰক্ষী কনিষ্টবল। ঘটনাটো সংঘটিত হৈছে মুম্বাইত।

জানিব পৰামতে, হোৱাটচআপৰ এটা গ্ৰুপত এটা পৰ্ণ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত মুম্বাই আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ পত্নীৰ দৰেই অবিকল চেহেৰাৰ মহিলাক দেখা পোৱা গৈছে।

ভিডিঅ’টোৰ সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে কনিষ্টবলে। আইটি এক্ট অনুযায়ীও এটা গোচৰ ৰুজু কৰা হৈছে।

কনিষ্টবলগৰাকীয়ে কয় যে ভিডিঅ’টোত থকা মহিলাগৰাকী তেওঁৰ পত্নী নহয়। অভিযোগ কৰিছে যে তেওঁক অপমান কৰিবলৈকে এই কাম কৰা হৈছে। সহকৰ্মীসকলকেই ইয়াৰ বাবে মূল দায়ী হিচাপে তেওঁ সাঙোৰ খোৱাইছে। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement