--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া ৰশ্মিকা মন্দানাক লৈ বলিয়া যুুৱকসকল। অভিনেত্ৰীগৰাকীৰ প্ৰতিভা, সাৱলীল চাল চলন আৰু অপৰূপ সৌন্দৰ্যই হৃদয় কাঢ়ি নিছে অনেকৰে। ৰশ্মিকা এতিয়া 'নেচনেল ক্ৰাছ’।

ছচিয়েল মিডিয়াত অতি সক্ৰিয় ৰশ্মিকা। তেওঁ মাজে মাজে নিজৰ দৈনন্দিন কাম-কাজ, একাধিক ফটো আৰু ভিডিঅ’ নিজৰ অনুৰাগীৰ সৈতে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।

শেহতীয়াকৈ ৰশ্মিকাৰ হাতত থকা টাটুটোৱে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেই টাটুটোত কি আছে? প্ৰিয়জনৰ নাম, নে আন কিবা? এই সন্দৰ্ভত চৰ্চা চলিছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত লাইভ আহি ৰশ্মিকাই নিজৰ টেটুৰ ৰহস্য প্ৰকাশ কৰে। তেওঁৰ টেটুত ইংৰাজী আখৰেৰে লিখা আছে ‘Irreplaceable’, যাৰ অৰ্থ বাংলাত ‘অপৰিৱৰ্তীয়’।

ৰশ্মিকাই কয়, “আমি সকলো অপৰিৱৰ্তীয়। সকলো অনন্য। মোৰ জীৱনত মোৰ ঠাই কোনেও ল'ব নোৱাৰে, তোমাৰ জীৱনতো কোনেও তোমাৰ ঠাই ল’ব নোৱাৰে।''

ইতিমধ্যে দক্ষিণৰ অভিনেত্ৰী হিচাপে বলীউডত প্ৰৱেশ কৰিছে ৰশ্মিকাই। ‘গুডবাই’, ‘মিছন মাজনু’ ছবিখনত তেওঁৰ কামে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ অভিনয়ৰ শলাগ লোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ