--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰায় বিশ্বজুৰি বলৱৎ হোৱা লকডাউনৰ বাবে চীন আবদ্ধ হৈ পৰা ভাৰতৰ ৩৯জনকৈ নাৱিক দেশলৈ উভতি আহিব। কেইবামাহো চীনত আবদ্ধ হৈ থকাৰ পাছত অহা সপ্তাহত তেওঁলোকক ওভতাই অনা হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় প’ৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেইজ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী মনসুখ মানদাবিয়াই।

আৰু পঢ়িব পাৰিব : দেশৰ গণতন্ত্ৰ, সংবিধানৰ প্ৰতি সৃষ্টি হৈছে প্ৰচণ্ড ভাবুকি : পি চিদাম্বৰম

বিগত কেইবাসপ্তাহো ধৰি ভাৰতে চীনৰ জলধিত অবদ্ধ দুখনকৈ জাহাজৰ নাৱিকসকলক জৰুৰী সাহায্য প্ৰদানৰ বাবে আবেদন জনাই আহিছিল। মানদবিয়াই দুয়োখন জাহাজত চীনত আবদ্ধ হৈ থকা নাবিক তথা কৰ্মীসকলে ভাৰতত পদাৰ্পন কৰিব বুলিব বুলি টুইটযোগে সদৰী কৰিছে।

আৰু পঢ়িব পাৰিব : লোমহৰ্ষক : বান্দ্ৰাৰ হাস্পতালত অগ্নিকাণ্ডত ১০ নৱজাতকৰ মৃত্যু

ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বৰ শলাগ লয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ