--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰায় দুই তিনিবছৰ  বিশ্ববাসীক সন্ত্ৰাসিত কৰাৰ পিছত পুনৰ কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে  উৎপত্তিস্থল চীনত। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ শেহতীয়া তথ্য অনুসৰি  ২৬ নৱেম্বৰত চীনত ৩৯,৭৯১ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে।আনহাতে ২৫ নৱেম্বত চীনত ৩২,৯৪৩ জন আক্ৰান্ত হৈছিল।

কোভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে চীনত পুনৰ লকডাউন ঘোষণা কৰা হৈছে৷বৰ্তমান লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে। ঝংঝৌৰ আঠখন জিলাৰ লোকসকলক  বৃহস্পতিবাৰৰ পৰা পাঁচ দিন নিজৰ ঘৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷ 

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে, ২০১৯ চনত চীনৰ য়ুহান চহৰৰ পৰা  প্ৰথমবাৰৰ বাবে কোভিড সংক্ৰমিত হোৱাৰ পিছত দেশত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যাৰ দিশত এইটোৱে সৰ্বাধিক।এনেদৰে দৈনিক সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এতিয়া ব্যতিব্যস্ত হৈ পৰিছে চীনৰ চৰকাৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক