--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ কেদাৰনাথত। এগৰাকী চৰকাৰী বিষয়াই হেলিকপ্টাৰৰ ভিতৰৰ পৰা শৰীৰ উলিয়াই চেলফি তুলিবলৈ চেষ্টা কৰাৰ অৱস্থাতে নিহত হয়।

নিহত বিষয়াগৰাকীক জিতেন্দ্ৰ কুমাৰ ছাইনী বুলি চিনাক্ত কৰা হৈছে। নিহত ছাইনী উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন কৰ্তৃপক্ষৰ বিত্তীয় নিয়ন্ত্ৰক পদত অধিষ্ঠিত আছিল।

কেদাৰনাথ ধামৰ হেলিপেডত সংঘটিত হয় এই দুৰ্ঘটনা। চেলফি ল’বলৈ গৈ হেলিকপ্টাৰখনৰ টেইল ৰটাৰ ব্লেডৰ ৰেঞ্জলৈ আহিছিল ছাইনী আৰু সেই মুহূৰ্ততে ব্লেডৰ আঘাতৰ সন্মুখীন হয়।

এই আঘাততে প্ৰাণ হেৰুওৱায় জিতেন্দ্ৰ কুমাৰ ছাইনীয়ে। অক্ষয় তৃতীয় উপলক্ষে চৰ ধাম যাত্ৰা আৰম্ভ কৰাৰ এদিন পিছতে সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে ১৬ লাখৰো অধিক লোকে তীৰ্থযাত্ৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন