--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব এথলেটিকছত ঈৰ্ষণীয় সফলতাৰ পাছত বিশ্বজুৰি সমাদৃত হৈছে কিম্বদন্তি ভাৰতীয় এথলিট নীৰজ চোপ্ৰা৷কিন্তু এইবাৰ নীৰজৰ চৰ্চাৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে নীৰজ চোপ্ৰাৰ মাতৃয়ে৷ 'গোল্ডেন বয়'ৰ মাতৃয়ে এজন সাংবাদিকক  উত্তৰ দিয়াৰ পাছতে ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে,প্ৰশ্নটিত তেওঁৰ পুত্ৰই পাকিস্তানী এথলীটৰ বিৰুদ্ধে নিজৰ পুত্ৰৰ জয়ৰ কথা সোধাত এক হৃদয়স্পৰ্শী উত্তৰ প্ৰদান কৰে।

৮৮.১৭ মিটাৰৰ উচ্চ নিক্ষেপেৰে পুৰুষৰ শিতানত জেভেলিন নিক্ষেপ ইভেণ্টৰ ফাইনেলত পাকিস্তানৰ আৰ্শ্বাদ নাদীমক এক মিটাৰতকৈও কম ব্যৱধানত পৰাস্ত কৰি দেশৰ হৈ প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰে৷

সোণৰ পদক লাভ কৰাৰ পাছত বিশ্ব চেম্পিয়নগৰাকীৰ পিতৃ-মাতৃৰ কাষ চাপে কেইবাটাও সংবাদ মাধ্যম ।সংবাদমেলৰ সময়ত এজন সাংবাদিকে তেওঁৰ মাতৃ সৰোজ দেৱীক সুধিলে যে তেওঁৰ পুত্ৰই পাকিস্তানী এথলীটক পৰাস্ত কৰা দেখি কেনে অনুভৱ হৈছে। এই কথাত তেওঁ উত্তৰ দিলে, “চাওক, সকলোৱে খেলপথাৰত খেলিবলৈ আহিছে যিকোনো এজন নিশ্চিতভাৱে জয়ী হ’বই। গতিকে, পাকিস্তান বা হাৰিয়ানাৰ কোন স্থানৰ সেইধৰণৰ কোনো প্ৰশ্নই নাহে,সেই পাকিস্তানীজন জয়ী হ’লেও বহুত সুখ অনুভৱ  হ’লহেঁতেন।’





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক