--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গুৰ আৰু চেনিৰ সন্দৰ্ভত প্ৰায়ে এটা প্ৰশ্ন উত্থাপন হয় যে চেনিতকৈ গুৰ স্বাস্থ্যকৰ নেকি? ডায়েবেটিছ ৰোগীয়ে গুৰ সেৱন কৰিব পাৰেনে? গুৰ খোৱা ব্যক্তিৰ সঁচাকৈ ডায়েবেটিছ নহয় নেকি? এনে বহু প্ৰশ্ন সঘনাই উত্থাপন হোৱা দেখা যায়। সেয়েহে এনে কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি কেইটামান কথা জানো আহক।

 গুৰ আৰু চেনিৰ মাজত কি বেছি উপকাৰী?

ওজন হ্ৰাস আৰু ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণৰ কথা আহিলে গুৰ আৰু চেনি দুয়োটা একে। এনে অৱস্থাত কাকো ভাল বুলি ক’ব নোৱাৰি। কাৰণ গুৰ আৰু চেনি দুয়োটাতে একে পৰিমাণৰ কেলৰি থাকে। কিন্তু চেনিৰ পৰা কেৱল কেলৰিহে পোৱা যায়, ইয়াত অন্যান্য পুষ্টিকৰ উপাদানৰ অভাৱ হয়। কিন্তু গুড়ৰ পৰা কেলৰিৰ উপৰি ভিটামিন, খনিজ পদাৰ্থ আৰু আইৰন, কেলছিয়াম, ফছফৰাছ আদি পুষ্টিকৰ উপাদান পোৱা যায়। সেয়ে চেনিতকৈ গুড় অধিক স্বাস্থ্যকৰ।

 গুৰ আৰু চেনি কেতিয়া খাব লাগে?

বতৰৰ কথা ক’বলৈ গ’লে শীতকালত গুড় আৰু গ্ৰীষ্মকালত চেনি খোৱা উচিত। কিন্তু সামান্য পৰিমাণৰ গুৰ গোটেই বছৰটো সেৱন কৰিব পাৰি আৰু একেদৰে চেনিও সীমিত পৰিমাণত সেৱন কৰিব পাৰি। গুড়ৰ সোৱাদ গৰম। সেয়ে শীতকালত শৰীৰক উষ্ণতা প্ৰদান কৰি শীতৰ পৰা সুৰক্ষা পাব পাৰে। শীতকালত গাখীৰৰ লগত গুড়েৰে বনোৱা চাহ খাব পাৰে।

ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?

যদি আপোনাৰ ছুগাৰৰ মাত্ৰা অধিক আৰু আপুনি ডায়েবেটিছ হোৱাৰ দিশে আগবাঢ়িছে বা আপোনাৰ পৰিয়ালৰ ইতিহাসত ডায়েহোটিছ ৰোগী আছে, তেন্তে আপুনি গুৰ আৰু চেনি খোৱা বন্ধ কৰাৰ প্ৰয়োজন নাই। বৰঞ্চ সীমিত ব্যৱহাৰ কৰি জীৱনশৈলী সুস্থ কৰি ৰাখক। ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ হ’লে ৰিফাইনড চেনি আৰু আল্ট্ৰা প্ৰচেছড পেকেট ফুড খোৱাৰ পৰা বিৰত থকা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু