--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধোনীৰ অনুৰাগে এইবাৰৰ আইপিএলত উন্মাদনাৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ চেন্নাই ছুপাৰ কিংছৰ খেলৰ সময়ত এটা দম্পত্তীয়ে গেলেৰীৰ পৰা মহেন্দ্ৰ সিং ধোনীক তেওঁলোকৰ বিয়ালৈ নিমন্ত্ৰণ কৰে।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলৰ সময়ত চেন্নাইৰ চিপক গেলেৰীত দেখা গ’ল নৱবিবাহিত দম্পতীহালক। দুয়োজনে চেন্নাইৰ জাৰ্চি পিন্ধিছিল। হাতত এখন পোষ্টাৰ। তাত লিখা আছে, “পূৰ্বৰ মেচখনত আমি ধোনীক আমাৰ বিয়ালৈ মাতিছিলো। কিন্তু ধোনি যাব নোৱাৰিলে। গতিকে আমি আকৌ নিমন্ত্ৰণ জনাবলৈ আহিছো৷’’

Covid ৰ বাবে বিগত তিনি বছৰে চেন্নাইৰ খেলপথাৰত আইপিএলৰ খেলা হোৱা নাছিল। এইবাৰ খেলা হৈছে। প্ৰতিখন খেলতে দৰ্শকে ষ্টেডিয়াম ভৰপূৰ কৰি তুলিছে। কেৱল চেন্নাইতে নহয়, য’তেই ধোনী গৈছে, তাতেই হৃদয় জিনিছে৷

এইবাৰ আই পি এলৰ সময়ত ধোনীয়ে কয় যে তেওঁ কেৰিয়াৰৰ শেষত উপনীত হৈছে। ইয়াৰ পিছত ধোনিৰ অৱসৰৰ জল্পনা-কল্পনা আৰম্ভ হ’ল। অৱশ্যে ধোনীয়ে অৱসৰৰ কথা এতিয়াও মুখ মেলিব পৰা নাই।

এইবাৰ আই পি এলত চেন্নাইৰ ছন্দ ভাল। ১২খন খেলত ১৫ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে ধোনীবাহিনী। যদিহে চেন্নাই আৰু অন্ততঃ এখন মেচত জয়ী হ’ব পাৰে তেন্তে প্লে অফ নিশ্চিত হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে