--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত ইতিহাস ৰচনা কৰিলে যুৱ বেটছমেন যশস্বী জয়ছোৱালে৷ৰাজস্থান ৰয়েলছৰ অ’পেনিং বেটছমেন যশস্বী জয়ছোৱালে বৃহস্পতিবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়।

১৪৯ ৰানৰ লক্ষ্য আগত লৈ জয়ছোৱালে মাত্ৰ ১৩টা বলত ৫০ ৰান সংগ্ৰহ কৰি ২০১৮ চনত কে এল ৰাহুলৰ ১৪ বলৰ অৰ্ধশতকৰ অভিলেখ ভংগ কৰে।যশস্বী জয়ছৱালে মাত্ৰ ১৩টা বলত অৰ্ধশতক ভংগ কৰি টাটা আইইপলৰ ইতিহাসত সৰ্বাধিক দ্ৰুততম ৫০ ৰান।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল কে এল ৰাহুল আৰু পেট কামিংছে ১৪টা বলত এই স্থান দখল কৰিছিল।খেলৰ অন্তত জয়ছোৱালে অৱশেষত ৯৮ ৰানেৰে অন্ত পেলাই আৰু আনকি বিজয়ী বাউণ্ডেৰী লগাই বিজয় মোহৰ লগাই৷

আৰ আৰয়ে চকু কপালত তুলিব পৰা ফিল্ডিং আৰু য়ুজবেন্দ্ৰ চাহালে তিনিটা বলত দুটা উইকেট দখল কৰি কেকেআৰৰ টপস্ক’ৰাৰ ভেংকটেশ আয়াৰ (৫৭) আৰু শ্বাৰদুল ঠাকুৰ (১)ক মাজৰ অভাৰত আউট কৰি ৪-০ৰ সংখ্যাৰে অন্ত পেলায়,চাহালে ২৫ ৰাণ দি ৪টা উইকেট দখল কৰে৷

ডোইন ব্ৰাভোৰ ১৮৩ উইকেট দখল কৰি চাহালে দ্বিতীয়টো বলত ষ্ট্ৰাইক অফ কৰি কেকেআৰৰ অধিনায়ক ৰানাক ২২;ম আউট কৰি আইপিএলৰ সৰ্বকালৰ আগশাৰীৰ উইকেট গ্ৰহণকাৰী হিচাপে পৰিগণিত হয়।

ৰিংকু সিঙে (১৬) ৰিংকু সিঙক আউট কৰি  এই ছিজনত ২১টা উইকেটৰে আগশাৰীৰ উইকেট দখলকাৰীও হিচাপে পৰিগণিত হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ