--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী ছাৰা আলী খান জন্মসূত্ৰে মুছলমান যদিও তেওঁ ভগৱান শিৱৰ এগৰাকী পৰম ভক্ত। ছাৰাই প্ৰায়ে মন্দিৰ দৰ্শন কৰে। শেহতীয়াকৈ শিৱৰাত্ৰি উপলক্ষে ছাৰাই কিছু ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক শিৱভক্তিত নিমগ্ন হোৱা দেখা গৈছিল। বৰ্তমান ইয়াকে লৈ বিতৰ্কৰ সূত্ৰপাত কৰিছে ইছলাম সমাজে।
 Mahashivratri 2023: महाशिवरात्रि पर जरूर देखें शिव भक्त सारा अली खान की ये तस्वीरें, एक्ट्रेस ने पूजा कर शेयर की तस्वीरें ছেইফ আলী খান আৰু অমৃতা সিঙৰ প্ৰিয় কন্যা ছাৰা আলী খান প্ৰায়ে চৰ্চাত থাকে। অভিনেত্ৰীগৰাকী মুছলমান যদিও তেওঁ প্ৰায়ে ভগৱানৰ আশীৰ্বাদ ল'বলৈ মন্দিৰলৈ যায়। ছাৰাই বিখ্যাত কেদাৰনাথ মন্দিৰ, সোমনাথ মন্দিৰো দৰ্শন কৰিছে। 
Mahashivratri 2023: महाशिवरात्रि पर जरूर देखें शिव भक्त सारा अली खान की ये तस्वीरें, एक्ट्रेस ने पूजा कर शेयर की तस्वीरें
শিৱৰাত্ৰিত ছাৰাক মন্দিৰত দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে মুছলমান লোকে। ফটো শ্বেয়াৰ কৰি ছাৰাই কেপচনত লিখিছে - জয় ভোলেনাথ, ইয়াৰ লগতে তেওঁ ঔ্ম বুলিও লিখিছে। এতিয়া ইয়াকে লৈ একাংশই ধমকি দিছে ছাৰাক। ইয়াৰ লগতে একাংশ লোকে তেওঁক ইছলামৰ পৰা বাহিৰ হৈ যাবলৈ সকীয়নি দিছে।
Mahashivratri 2023: महाशिवरात्रि पर जरूर देखें शिव भक्त सारा अली खान की ये तस्वीरें, एक्ट्रेस ने पूजा कर शेयर की तस्वीरें
উল্লেখ্য যে ছাৰাৰ পিতৃ ছেইফ আলী খানে মুছলমান ধৰ্ম পালন কৰাৰ বিপৰীতে মাতৃ অমৃতা সিঙে হিন্দু ধৰ্ম পালন কৰে। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীয়ে দুয়োটা ধৰ্মকে অনুসৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক