--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছালখন জিলিকাবলৈ এই ৫টা বস্তু মুখত লগাব পাৰে, প্ৰাকৃতিক গ্লো ওলাবলৈ আৰম্ভ কৰিব। সকলোৱে মুখখন ধুনীয়া কৰি ৰাখিব বিচাৰে। মহিলাসকলে নিজৰ ছালত বহু বস্তু লগাই ভাল পায় যাতে মুখখন পুষ্টিকৰ হৈ থাকে। মুখৰ ছালখনে বহু কথাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। প্ৰদূষণ, ধূলি, অস্বাস্থ্যকৰ খাদ্য, মানসিক চাপ, এই সকলোবোৰে ছালত প্ৰভাৱ পেলায়। মুখখন জিলিকি থাকিবলৈ মুখত কিছুমান বস্তু লগাব পাৰে।

১) বেচন আৰু গাখীৰঃ মুখখন জিলিকিবলৈ হ’লে আমাৰ খাদ্যাভ্যাস ভাল হোৱাটো অতি প্ৰয়োজনীয়। অস্বাস্থ্যকৰ খাদ্যাভ্যাসে আপোনাৰ ছালত বিপুল প্ৰভাৱ পেলায়। মুখৰ ছাল শুকান আৰু নিস্তেজ হৈ পৰে। ছালৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ গ্ৰাম বেচনত গাখীৰ মিহলাই পেষ্ট বনাই মুখত লগাব লাগে। গাখীৰে ক্লিনজাৰ হিচাপে কাম কৰে, যাৰ ফলত মুখখন সম্পূৰ্ণ পৰিষ্কাৰ হয়।

২) অমিতাঃ অমিতা ছালৰ বাবে অতি উপকাৰী। মুখখন জিলিকি উঠাত ই আপোনাক বহুত সহায় কৰে। মুখখন জিলিকি থকা কৰি তুলিবলৈ পকা অমিতা খাব লাগে আৰু মুখতো লগাব পাৰে। আপুনি ইয়াক গুড়ি কৰি ১৫ মিনিটৰ বাবে মুখত লগাব। ২০ মিনিটৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুব।

৩) কফিঃ বহুতে কফি খাই ভাল পায়। মুখত কফি লগালেও ভাল। চেনী আৰু কফি ভালদৰে মিহলাই লোৱাৰ পিছত মুখত লগাব লাগে। ইয়াৰ পিছত হাতেৰে ভালদৰে স্ক্রাব কৰিব লাগে। চেনি আৰু কফিয়ে প্ৰাকৃতিক স্ক্ৰাবাৰ হিচাপে ভাল কাম কৰে। মুখৰ পৰা মৃত কোষ আঁতৰোৱাত ই আপোনাক বহুত সহায় কৰে।

৪) নাৰিকল তেলঃ নাৰিকল তেলেৰেও মুখখন ভালদৰে মালিচ কৰিব পাৰে। মুখৰ ছাল উজ্জ্বল কৰাত ই অতি উপকাৰী। প্ৰতি নিশা শোৱাৰ আগতে এই কাম কৰিব লাগে। গোলাপজলেও আপোনাক বহুত সহায় কৰে। ঘৰতে ছালত গ্লো আনিবলৈ প্ৰতি নিশা গোলাপজলেৰে ছাল পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ দ্বাৰা শুকান ছালৰ পৰা মুক্তি পোৱা যায়।

৫) ছালকুঁৱৰীঃ মুখখন জিলিকি উঠাৰ বাবে এলোভেৰা বা ছালকুঁৱৰী অতি উপকাৰী। ই আপোনাৰ ছালখনক যৌৱনপুষ্ট আৰু হাইড্ৰেটেড কৰি ৰখাত বহুত সহায় কৰে। ইচ্ছা কৰিলে ফেচ পেক বা মাস্ক বনাই মুখত লগাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু