--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবিৰ এটি গীতৰ কিছু দৃশ্যাংশকলৈ দেশ জুৰি তুমুল বিতৰ্ক চলি আছে৷ গেৰুৱা বিকিনি পিন্ধাৰ বাবে দীপিকা পাডুকন সমালোচনাৰ সন্মুখীন হৈছে৷ দীপিকা পাডুকনৰ গেৰুৱা বিকিনিৰ বিতৰ্কৰ মাজতে বলীউডৰ এগৰাকী তাৰকা ছানী লিয়নীয়েও গেৰুৱা বিকিনি পিন্ধি ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে৷ ভিডিঅ’টোৱে এতিয়া ইনষ্টাগ্ৰমত গৰম বতাহ বিয়পাই দিছে৷ 

"ভগৱা বিকিনি" শীৰ্ষক ছানী লিয়নীৰ ভিডিঅ’টোকলৈ বহুতে কটু সমালোচনাও কৰা দেখা গৈছে৷  পাঠানৰ বেচৰাম ৰঙৰ আৰ্হিতেই যেন ছানীয়ে নিজৰ ভিডিঅ’টো দিছে৷   ছানী লিয়নীয়ে গেৰুৱা  ৰঙৰ বিকিনি পিন্ধি  সাগৰৰ পাৰত নিজৰ এটা ভিডিঅ'ৰ বাবে  পোজ দিয়া দেখা গৈছে৷   ছানিয়ে তাইৰ ইনষ্টাগ্ৰামত এমটিভি স্প্লিটচভিলা চিজন ৪-ৰ  ক্লিপটো শ্বেয়াৰ কৰিছে।   ছানিৰ দেহত  সাগৰৰ ঢৌৱে বাৰে বাৰে খুন্দিয়াই থকা দেখা গৈছে৷ ফিছফালে থকা  কোনোবাই 'পানী আয়া' বুলি চিঞৰি থকা শুনা গৈছে৷ 



বহু হিন্দুত্ববাদীয়ে বিশ্বাস কৰে যে গেৰুৱা বা ভগৱা হিন্দুসকলৰ বাবে এক পবিত্ৰ ৰং ৷ সেয়েহে ইয়াক বিকৃতৰূপত পিন্ধিব নালাগে। বহুতে পাঠান চলচ্চিত্ৰ খনৰ  ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ  বাবে দাবী জনাবলৈ আৰম্ভ কৰিছে । বহুতে  অভিযোগ কৰিছে যে গানটো আৰু গানটো জড়িত অভিনেতা-অভিনেত্ৰীসকলে হিন্দুৰ ধৰ্মীয় অনুভূতিক অসন্মান কৰিছে। ইয়াৰ পূৰ্বে মন্ত্ৰী নৰোত্তম মিশ্ৰাই ভাবুকি দিছিল যে যদি গানটোৰ বিতৰ্কিত  দৃশ্যবোৰ সংশোধন কৰা নহয়, তেন্তে মধ্য প্ৰদেশত চলচ্চিত্ৰখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰা হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক