--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ কেৰেলাৰ এজন কম্পিউটাৰ জেনেৰেটেড ইমেজৰী শিল্পী অক্ষয় প্ৰকাশে স্পাইডাৰ মেন, ডেডপুল, আৰু হাল্কে জনপ্ৰিয় তেলেগু ট্ৰেক চুট্টামাল্লেত নৃত্য কৰা থ্ৰীডি এনিমেটেড ভিডিঅ’ নিৰ্মান কৰি সামাজিক মাধম্যত জনপ্ৰিয় হৈ পৰিছে৷

সাশংক নামৰ যুৱক জনে তেওঁৰ বন্ধুসকলে চুট্টামাল্লে ট্ৰেকত নৃত্য কৰা ভিডিঅ’টো ভইৰেল হৈ পৰাৰ পাছত অক্ষয় প্ৰকাশে আইকনিক ছুপাৰহিৰোৰ চৰিত্ৰৰে নৃত্যটোৰ এনিমেটেড সংস্কৰণ প্ৰকাশ কৰে য’ত স্পাইডাৰ-মেন, ডেডপুল আৰু হালকৰো সংযোগ ঘটাইছে৷

Animated video shows Spiderman Deadpool Hulk dancing to Chuttamalle

উল্লেখযোগ্য যে জনপ্ৰিয় অভিনয় শিল্পী জাহ্নৱী কাপুৰ আৰু জুনিয়ৰ এন টি আৰৰ ওপৰত চিত্ৰায়ন হোৱা এই গানে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷এতিয়া বিভিন্ন জনে এই সংগীতত নিজৰ নিজৰ সংস্কৰণ প্ৰকাশ কৰা পৰিলভিত হৈছে৷

জনপ্ৰিয় অভনেত্ৰী জাহ্নৱী কাপুৰ আৰু অভিনেতা জুনিয়ৰ এনটিআৰ অভিনীত বহু প্ৰত্যাশিত ছবি দেৱৰা বুলছবিৰ এটা গীত৷ যিটো প্ৰকাশৰ পাছতে বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ