--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে দেশৰ পৰ্যটনৰ অন্যতম আকর্ষণৰ কেন্দ্ৰ গোৱা।

এতিয়া আইএফএফআই ২০২৪ত ডুব যাবলৈ সাজু বিশ্বৰ চলচ্চিত্ৰ জগত৷ অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱা পানাজীত অনুষ্ঠিত হ’ব ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪৷

আই এফ এফ আই ২০২৪ৰ বিষয়বস্তু - “যুৱ চলচ্চিত্ৰ নিৰ্মাতা’ – ভৱিষ্যত এতিয়া” ।সৃষ্টিশীলতাৰ দিশত ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ সম্ভাৱনাক স্বীকৃতি দিয়ে IFFI এ।।

উল্লেখ্য যে এইবাৰ গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া জনপ্ৰিয় ছবি স্বৰ্গৰথ। A M টেলিভিছনৰ হৈ ড° সঞ্জীৱ নাৰায়ণ আৰু ডা: অক্ষতা নাৰায়ণৰ প্ৰযোজনা তথা ৰাজেশ ভূঞাৰ পৰিচালনাত মুক্তি লাভ কৰা 'স্বৰ্গৰথ' ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত হৈছে। যি খৱৰ এতিয়া ছবিখনৰ কলা কুশলীৰ লগতে অসমীয়া চলচ্চিত্ৰজগতৰ বাবেই অতিকৈ গৌৰৱৰ বিষয়।

ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত আন দুখন অসমীয়া ছবি ক্ৰমে ড° ববী শৰ্মা বৰুৱাৰ 'ৰ'দৰ পখী' আৰু যদুমণি দত্তৰ জুইফুল। সকলো শিল্পী, কলা-কুশলীলৈ শুভেচ্ছা প্রাগ নিউজ পৰিয়ালৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ