--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাস্তাৰে ক’ৰবালৈ যাওঁতে চাগে মন কৰিছে যে অটোৰিক্সাৰ আঁৰত এনে বহু কথা লিখা থাকে, যাৰ বাবে হাঁহি উঠিব। কিছুমানে ধেমেলীয়া সুৰত কিবা এটা লিখে, আনহাতে বহুতে কঠোৰ বাক্য লিখি জনপ্ৰিয় হৈ পৰে। এই ভাইৰেল ছবিখনতো একেধৰণৰ কিবা এটা দেখা গ’ল। শেহতীয়াকৈ এজন অটোৰিক্সা চালকে মহিলাৰ বাবে পোষ্ট কৰা "বিশেষ" জাননীৰ বাবে যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছে, যিখন জাননী ছ'চিয়েল মিডিয়াত বনজুইৰ দৰে বৰ্তমান বিয়পি পৰিছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী বংশিকা গাৰ্গে এখন অটোৰিক্সাৰ ছবি পোষ্ট কৰিছিল, যাৰ পিছফালে লিখা আছিল, “ছ’ৰী গাৰ্লছ, মোৰ পত্নী বৰ কঠোৰ।” জাননীখনৰ শেষত মহিলাৰ ষ্টীকাৰত নিষেধাজ্ঞাৰ ফলক দেখা গৈছিল। এই বাৰ্তাটো পঢ়াৰ পাছত বহুতে নিজৰ হাঁহি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। পোষ্টটো দেখাৰ পিছত বহু ব্যৱহাৰকাৰীয়ে লিখিছিল ধেমেলীয়া মন্তব্য। আনকি কোনো কোনোৱে লাইভ ফটো তুলি চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ কৰিছে।


পোষ্টটো দেখাৰ পাছত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "বিভিন্ন ঠাইত বহু বাহনত একেটা লাইন দেখা যায়।" আন এগৰাকী মহিলাই ক'লে, "এই ধৰণৰ আনুগত্য মই মোৰ স্বামীৰ পৰা আশা কৰোঁ।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে,  দিল্লীৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "দিল্লীৰ শ শ ঠাইত এনে পোষ্টাৰ দেখা যায়।" 

বৰ্তমান সময়ত অটো চালকজনে লিখা এই বাৰ্তা ভাইৰেল হৈ আছে। বেছিভাগ ব্যৱহাৰকাৰীয়ে ধেমেলীয়া মন্তব্য কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে অটো চালকজনে হয়তো গাড়ীত এই বাৰ্তা লিখি তেওঁ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক