--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিৰিয়াত আমেৰিকাই ভয়ংকৰ বিমান আক্ৰমণ চলাইছে। তথ্য অনুসৰি এই আক্ৰমণত আইছিছ আৰু আল কায়দাৰ ৩৭টা সন্ত্ৰাসবাদী নিহত হৈছে। দেওবাৰে আমেৰিকাৰ সেনাই কয় যে চলিত মাহত ছিৰিয়াত দুটা পৃথক আক্ৰমণত আইছিছ আৰু আল কায়দাৰ সৈতে জড়িত সশস্ত্ৰ সংগঠনৰ কেইবা ডজন যোদ্ধাক হত্যা কৰা হৈছে।


अमेरिका का सीरिया में बड़ा हवाई हमला, ISIS और अलकायदा के 37 आतंकवादी मारे गए

দেওবাৰে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ১৬ ছেপ্টেম্বৰত মধ্য ছিৰিয়াত বৃহৎ পৰিসৰৰ বিমান আক্ৰমণত চাৰিজন জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ২৮টা সন্ত্ৰাসবাদী নিহত হৈছে। নিহতসকলক চিনাক্ত কৰা হোৱা নাই যদিও এই আক্ৰমণে আইছিছৰ “আমেৰিকাৰ স্বাৰ্থৰ লগতে তেওঁলোকৰ মিত্ৰ আৰু অংশীদাৰ দেশসমূহৰ বিৰুদ্ধে অভিযান চলোৱাৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰিব বুলি কোৱা হৈছে।

উল্লেখ্য যে, ২৪ ছেপ্টেম্বৰত উত্তৰ-পশ্চিম ছিৰিয়াত সংঘটিত আক্ৰমণত ৯ জন যোদ্ধা নিহত হয়। ইয়াৰ ভিতৰত আছিল মাৰৱান বাছাম, আব্দ আল-ৰৌফ, এজন জ্যেষ্ঠ হুৰাছ আল-দিন নেতা। আল কায়দাৰ সৈতে জড়িত গোটটোৰ জ্যেষ্ঠ নেতৃত্বক লক্ষ্য কৰি যোৱা কেইমাহমানৰ ভিতৰত এইটোৱেই আছিল দ্বিতীয়টো আক্ৰমণ। আগষ্ট মাহত এক প্ৰতিবেদনত ছিৰিয়াত আক্ৰমণ চলাই আবু আল ৰহমান আল-মাক্কিক হত্যা কৰাৰ কথা প্ৰকাশ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ