--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ১৪ এপ্ৰিলত ছলমান খানৰ ঘৰৰ বাহিৰত সংঘটিত হোৱা এই আক্ৰমণত বহু লোক জড়িত আছিল। কিছুদিন পূৰ্বে ৰাজস্থানৰ পৰা মহম্মদ চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগ অনুসৰি তেওঁ বন্দুকধাৰীক ধন যোগান ধৰিছিল। ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক।

এইবাৰ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত হাৰিয়ানাৰ পৰা আৰু এজন লোকক আটক কৰে। অভিযুক্তৰ নাম হৰপাল সিং। ছলমানৰ ঘৰত আক্ৰমণ কৰিবলৈ বন্দুকধাৰীক নগদ ধন প্ৰদান কৰে চক্ৰটোৱে। যদিও হৰপালৰ আগতেই ৰফিকক গ্ৰেপ্তাৰ কৰা হৈছিল। ছলমানৰ ঘৰত গুলীচালনাৰ পূৰ্বে তেওঁ ৰেকি কৰিছিল।

ছলমান খানৰ বান্দ্ৰা ফ্লেটত গুলীচালনা কৰিছিল বিষ্ণুই গেঙৰ সদস্যই। অভিনেতাজনৰ ঘৰৰ বেৰত দুটা গুলীচালনা কৰে। অভিনেতাজনৰ ফ্লেটৰ দেৱাল ফাদিল। সমগ্ৰ ঘটনাই কঁপাইছে মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে মুম্বাই আৰক্ষী। পলম নকৰাকৈয়ে আৰম্ভ হ’ল তদন্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ