--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ ১০ দিন পূৰ্বে সুশান্ত সিং ৰাজপুতৰ সৈতে কথা পাতিছিল অভিনেতা মনোজ বাজপেয়ীয়ে। তেতিয়াই সি বুজি পালে যে সুশান্তই কিবা এটা কথাত ভাঙি গৈছে!

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মনোজে কয়, ‘সুশান্ত কিছু খবৰ পাই অতিশয় বিচলিত হৈছিল। এই সকলোবোৰ খবৰৰ আঁৰত কোনো সত্য নাছিল। বৰ ভাল মানুহ আছিল। আৰু ভাল মানুহ হোৱাৰ বাবে এই সকলোবোৰ খবৰ পঢ়ি তেওঁৰ বেয়া লাগিছিল। তেওঁ প্ৰায়ে সুধিছিল যে তেওঁ কি কৰিব লাগে। মই সদায় তেওঁক কৈছিলো যে যাতে এই বিষয়ে বেছি নাভাবিব।''

মনোজে কয় যে সেই ভিত্তিহীন খবৰবোৰক লৈ তেওঁ শেষবাৰৰ বাবে সুশান্তৰ লগত কথা পাতিছিল। অভিনেতাজনে কয়, "এই সকলোবোৰ ভিত্তিহীন খবৰ পঢ়ি মই বেলেগ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰো। কিন্তু এনে খবৰ পঢ়ি সুশান্ত বৰ ভাঙি পৰিল।’’

মনোজে কয়, "মোৰ লগত ১০ দিন কথা পতাৰ পিছত সুশান্ত গুচি গ'ল! এতিয়াও বিশ্বাস কৰিব পৰা নাই সুশান্ত আৰু ইৰফান আৰু নাই। তেওঁলোকে এই পৃথিৱীখন অতি সোনকালে এৰি থৈ গ’ল। তেতিয়া তেওঁলোকৰ প্ৰকৃত কামৰ সময় শেষ হোৱা নাই!''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ