--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ দৰে অনুৰাগী আন কাৰো নাই বুলি ক’লেও ভুল কোৱা নহ’ব। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ৫৭ সংখ্যক জন্মদিন উদযাপন কৰি সমগ্ৰ বিশ্বৰ অনুৰাগীৰ পৰা অপৰিসীম মৰম আৰু শুভেচ্ছা লাভ কৰে। ছলমান খানক বলিয়াৰ দৰে ভালপোৱা অলেখ অনুৰাগী আছে। আপুনি জানি আচৰিত হ’ব যে শেহতীয়াকৈ জব্বলপুৰৰ এজন অনুৰাগীয়ে চাইকেলেৰে ১১০০ কিলোমিটাৰ যাত্ৰা কৰি নিজৰ প্ৰিয় তাৰকা ছলমান খানক লগ কৰিবলৈ আহিল।

এই অনুৰাগীগৰাকীৰ নাম সমীৰ। সমীৰে নিজকে ছলমান খানৰ ‘ছলমান কে দীৱানে’ বুলি কয় আৰু তেওঁৰ চাইকেলখনত এখন বৰ্ড লগাইছিল, য’ত লিখা আছিল, ‘চলৌ উনকো দুৱায়ে দেতে চলে’। জব্বলপুৰৰ পৰা তেওঁ মুম্বাইলৈ চাইকেল চলাই আহে৷ ছলমান খানেও তেওঁৰ সৈতে থকা এখন ছবি ক্লিক কৰি অনুৰাগীৰ ইচ্ছা পূৰণ কৰে। এই ফটোখন এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
1100 Km साइकिल चला मिलने पहुंचा फैन, Salman Khan ने दिल से किया स्वागत, हाल  चाल पूछ खिलाया खाना
এই ফটোত অনুৰাগীসকলে কমেণ্ট ছেকচন মৰমৰ মন্তব্যৰে উপচাই দিছে। এজন অনুৰাগীয়ে মন্তব্য কৰিছিল, ‘ভাই কি দীৱানগী’। আন এজন অনুৰাগীয়ে কয় যে বলীউডত ছলমান খানৰ আটাইতকৈ নিষ্ঠাবান আৰু উন্মাদ টাইপৰ অনুৰাগী আছে। একে সময়তে একাংশ লোকে এই ‘ছলমান কে দীৱানে’ক ১ নম্বৰৰ অনুৰাগীৰ টেগ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক