--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষটো সাংঘাটিক ব্যস্ততা আৰু সফলতাৰে পাৰ হ’ল আলিয়া ভাটৰ। এপ্ৰিল মাহত ৰণবীৰ কাপুৰৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে জুন মাহত আলিয়াই অন্তঃসত্বা হোৱাৰো খবৰ বিয়পি পৰে। নৱেম্বৰত জন্ম দিয়ে কন্যাসন্তানক।

কিন্তু গৰ্ভাৱস্থাৰ সময়তো বিৰতি লোৱা নাছিল আলিয়াই। কেনে আছিল অন্তঃসত্বাকালীন প্ৰথম সপ্তাহটো? জনালে অভিনেত্ৰীগৰাকীয়ে।

''প্ৰথম কিছু সপ্তাহ অলপ ক্লান্ত হৈ পৰিছিলো, বমি বমি ভাৱ হৈছিল অনবৰতে। সেয়ে কামৰ ফাঁকে ফাঁকে ভেনিটি ভানতে শুইছিলো।’’- আলিয়াই কয়।

অভিনেত্ৰীগৰাকীয়ে কয় যে অন্তঃসত্ত্বাৰ সময়ছোৱাতো তেওঁ হলিউডৰ 'হাৰ্ট অৱ ষ্টোন’ ছৱিৰ শ্বুটিং কৰিছিল। আলিয়াই কয় যে কামৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ বাবেই এই ব্যস্ততা অব্যাহত ৰাখিছিল।

''এয়া প্ৰাকৃতিক ঘটনা। মাক হৈ জীৱনৰ অৰ্থ বিচাৰি পাইছো।’’- আলিয়াই কয়

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক