--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তি পোৱাৰ এসপ্তাহ পাৰ হৈ গ’ল। কিন্তু এতিয়াও কমা নাই 'পাঠান’ৰ ধুমুহা। অতিক্ৰম কৰিলে ৮টাকৈ দিন। "পাঠান"-এ কেৱল দেশতে নহয় বিদেশৰ বজাৰতো শক্তিশালী ব্যৱসায় কৰি আছে। মুক্তিৰ পিছৰ প্ৰথম সপ্তাহত এই ছবিখনে সমগ্ৰ বিশ্বতে ৬০০ কোটি টকাৰ ব্যৱসায় কৰিছে। ৮ দিনত মুঠ আয় ৬৩৪ কোটি।

ছলমান খানৰ জনপ্ৰিয় ছবি ‘টাইগাৰ জিন্দা হায়’ৰ আয়ক ৮ দিনত চেৰ পেলাইছে ‘পাঠান’-এ। ছলমান আৰু কেটৰিনা কাইফে অভিনীত ছবি ‘টাইগাৰ জিন্দা হায়’ই ঘৰুৱা বজাৰত ৩৪০ কোটি টকা উপাৰ্জন কৰে। ৮ দিনত সেই আয় অতিক্ৰম কৰিলে শ্বাহৰুখৰ ছৱিখনে।

পৰিসংখ্যা অনুসৰি, প্ৰথম ৮ দিনত দেশৰ বক্স অফিচত মুঠ ৩৪৮ কোটি টকাৰ ব্যৱসায় কৰিছে ‘পাঠানে’। অষ্টম দিনা ছবিখনে ১৭.৫ কোটি টকা উপাৰ্জন কৰে।

হিন্দী চিনেমাৰ ইতিহাসৰ আন কোনো ছবিয়ে প্ৰথম সপ্তাহত ইমান ব্যৱসায়িক সফলতা লাভ কৰা নাই।‘টাইগাৰ জিন্দা হায়’ৰ পিছত এইবাৰ দেশৰ বক্স অফিচত আমিৰ খানৰ ‘দংগল’ৰ আয় (৩৮৭ কোটি) অতিক্ৰম কৰাৰ পথত ‘পাঠান’।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক