--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ ইটালীস্থিত নিজ বাসভৱনতে দেহাৱসান ঘটিছে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ৷ 

২৭ আগষ্টতে ছোনিয়া গান্ধীৰ মাতৃৰ বিয়োগ হয় যদিও আজিহে এই খবৰ ৰাজহুৱা কৰা হয়৷ এআইচিচিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে আজি এক টুইটযোগে এই তথ্য সদৰী কৰে৷ তেওঁ টুইটত ছোনিয়া গান্ধীৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া কালি অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰিছে৷

জয়ৰাম ৰমেশে বাতৰিটোৰ বিষয়ে টুইট কৰিছিল। তেওঁ লিখিছে, ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ ২৭ আগষ্ট শনিবাৰে ইটালীত থকা তেওঁৰ ঘৰত মৃত্যু হয়। 

উল্লেখযোগ্য যে, কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে ২৩ আগষ্টত তেওঁৰ অসুস্থ মাতৃক লগ কৰিবলৈ ৰাওনা হৈছিল। ছোনিয়া গান্ধী, তেওঁৰ পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰা ইতিমধ্যে গৈ ইটালীত উপস্থিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু