--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে বন্ধ কৰিলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ এন জি অ'লৈ বিদেশী অনুদান (FCRA) বন্ধ কৰিলে গৃহ মন্ত্ৰালয়ে।জানিব পৰা মতে , গৃহ মন্ত্ৰালয়ে ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ লগতে ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্টৰো অনুদান বাতিল কৰিছে৷ চীনৰ পৰা এই দুই ট্ৰাষ্টলৈ পুঁজি অহাৰ অভিযোগ কৰিছে ভাৰতীয় গৃহ মন্ত্ৰালয়ে৷ 

উল্লেখযোগ্য যে, এই দুয়োটা বেচৰকাৰী সংস্থা ছোনিয়া গান্ধীয়ে পৰিচালনা কৰে৷ সংস্থা দুটাই নীতি উলংঘন কৰি বিদেশী পুঁজি গ্ৰহণ কৰি আছে বুলি গৃহ মন্ত্ৰালয়ে প্ৰমাণ লাভ কৰিছে বুলিও জানিব পৰা গৈছে৷ 

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰণ, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী আদি ব্যক্তি এই সংস্থা দুটাৰ সৈতে জড়িত হৈ আছে৷ তদন্তকাৰী বিষয়াই  আয়কৰ সম্বন্ধীয় কাগজ পত্ৰ হেৰ-ফেৰ, পুঁজিৰ অপব্যৱহাৰ আৰু নিয়ম বহিৰ্ভূতভাৱে বিদেশৰ পৰা অনুদান আহৰণ আদিৰ অভিযোগ আৰোপ কৰি কঠোৰ হৈ পৰিছে ছোনিয়া গান্ধীৰ বিৰুদ্ধে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement