--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমাগত দীপাৱলী৷ আলোকসজ্জাৰে ৰঙীন হৈ পৰিছে ভাৰতবৰ্ষৰ বহু চহৰ৷ এই উৎসৱৰ প্ৰতি ভাৰতীয়সকলৰ টান কিছু সুকীয়া৷সমান্তৰালভাৱে দেৱালী বুলিলেই মনলৈ আহে অযোধ্যাৰ কথা৷ দীপাৱলীৰ উদ্ভৱ সম্পৰ্কে বহু আখ্যান আছে৷ তাৰে এক আখ্যান মতে,দীৰ্ঘকালিন বনবাসৰ অন্তত ৰাম অযোধ্যালৈ উভতি অহাৰ দিনাই দীপাৱলী পালন কৰা হয়৷ 

প্ৰায় ১৮ লক্ষাধিক মাটিৰ চাকিৰে এই বাৰ অযোধ্যা উজলি উঠিব৷এনেদৰে বৃহৎ পৰিমাণে চাকি জ্বলাই বিশ্ব অভিলেখো গঢ়িবলৈ আগবাঢ়িছে উত্তৰ প্ৰদেশ চৰাকাৰ৷  দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  অযোধ্যাৰ বিখ্যাত দীপোৎসৱত অংশ গ্ৰহণ কৰি দেৱালী উৎসৱ আৰম্ভ কৰিব। আনকি নৰেন্দ্ৰ মোদীয়ে  প্ৰধানমন্ত্ৰীগৰাকীয়ে অযোধ্যাৰ লেজাৰ লাইট আৰু সংগীত অনুষ্ঠানও চাব আৰু ৰাম লাল্লা বিৰাজমানৰ দৰ্শন আৰু পূজা কৰিব। তেওঁৰ এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব।

দীপোৎসৱৰ অংশ হিচাপে প্ৰায় ১৮ লাখ চাকি পোহৰৰ উৎসৱ উপলক্ষে প্ৰজ্বলন কৰা হ’ব। এই পোহৰৰ নামাকৰণ ভগৱান ৰাম, নিশদৰাজ আৰু অহিলিয়াৰ পৰিয়ালৰ সদস্যসকলৰ নামেৰে ৰখা হ'ব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ৰাজ্যৰ বিভিন্ন নৃত্যৰ সৈতে পাঁচটা এনিমেটেড টেবলিয়াছ আৰু এঘাৰটা ৰামলীলা ট্যাবলিয়াছ প্ৰত্যক্ষ কৰিব।

দীপোৎসৱৰ অংশ হিচাপে প্ৰায় ১৮ লাখ চাকি পোহৰৰ উৎসৱ উপলক্ষে প্ৰজ্বলন কৰা হ’ব। এই পোহৰৰ নামাকৰণ ভগৱান ৰাম, নিশদৰাজ আৰু অহিলিয়াৰ পৰিয়ালৰ সদস্যসকলৰ নামেৰে ৰখা হ'ব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ৰাজ্যৰ বিভিন্ন নৃত্যৰ সৈতে পাঁচটা এনিমেটেড টেবলিয়াছ আৰু এঘাৰটা ৰামলীলা ট্যাবলিয়াছ প্ৰত্যক্ষ কৰিব।

 উল্লেখযোগ্য যে,প্ৰধানমন্ত্ৰী মোদীৰ অযোধ্যা ভ্ৰমণৰ সময়তে 
 এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’ব লগীয়া গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ বিষয়টোও  উত্থাপিত হৈছে৷ 


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক