--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষত  পুনৰ কঁপি উঠিল ছত্তীশগড়।নিৰাপত্তাবাহিনীৰে হোৱা এনকাউণ্টাৰত নিহত হৈছে  ৭জন মাওমাদী। এই অভিযানত ৩ জন জোৱানো আহত হৈছে।আৰক্ষীৰ সূত্ৰ অনুসৰি  নাৰায়ণপুৰ জিলাৰ কেইবাটাও অঞ্চলত মাওবাদীয়ে আত্মগোপন কৰাৰ খবৰ পোৱা গৈছিল। সেই খবৰৰ আধাৰতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে। তালাচীৰ সময়ত মাওবাদীৰ সৈতে সংঘৰ্ষ  হয়।  অভিযানৰ অন্তত  ৭ জন নক্সালৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মাওবাদী অধ্যুষিত ছত্তীশগড়ত বিগত কিছু দিনৰ ভিতৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত  নিহত হৈছে ১২২ জন মাওবাদী।

ইয়াৰ পূৰ্বে ২৩ মে’ত নাৰায়ণপুৰ আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত  ৭জন মাওবাদী নিহত হৈছিল। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল ৭টা আগ্নেয়াস্ত্ৰ। ইয়াৰ পূৰ্বে ৩০ এপ্ৰিলত নাৰায়ণপুৰ আৰু কাংকেৰ জিলাৰ সীমান্তত সংঘটিত হোৱা এক এনকাউণ্টাৰত তিনিগৰাকী মহিলাসহ ১০জন মাওবাদী নিহত হৈছিল। একে মাহতে কাংকেৰত ২৯ জন মাওবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ