--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছত্তীশগড়ৰ কানকেৰ জিলাত নিৰাপত্তাৰক্ষীৰে প্ৰচণ্ড সংঘৰ্ষত ২৯ মাওবাদী নিহত হৈছে৷ 

নিৰাপত্তাৰীৰে সংঘৰ্ষত নিহত মাওবাদীকেইটা৷ 

নিহতৰ ভিতৰত কেইবাজনো দুৰ্ধৰ্ষ মাওবাদী নেতা৷ 

সংঘৰ্ষত নিহত শংকৰ ৰাও নামৰ দুৰ্ধৰ্ষ জ্যেষ্ঠ নেতা৷ 

ৰাওৰ শিৰৰ মূল্য আছিল ২৫ লাখ টকা৷ BSF-DRGএ চলাইছিল যুটীয়া অভিযান৷ 

BSFৰ পৰিদৰ্শকসহ দুই নিৰাপত্তাৰক্ষী আহত৷ ঘটনাস্থলীৰ পৰা ৫টা AK-47 জব্দ কৰে নিৰাপত্তাৰক্ষীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ