--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌনতাও যে এক ক্ৰীড়া হ’ব পাৰে সেইয়া আছিল সপোনৰো অগোচৰ৷হয়,এইবাৰ যৌনতাক ক্ৰীড়াৰ স্বীকৃতি প্ৰদান কৰিছে বিশ্বৰ আগশাৰীৰ দেশ ছুইডেনে৷ছুইডেনত এতিয়া যৌনতা এবিধ খেল, অতি সোনকালে হ’বলগীয়া প্ৰথমটো ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিব ছুইডেনে৷

যিখন বিশ্বত বহু দেশে আপোনাক-মোক যৌনতাৰ বিষয়ে মুকলিকৈ ক’বলৈ নিদিয়ে, সেইখন পৃথিৱীত এতিয়া ছুইডেনে যৌনতাক খেললৈ ৰূপান্তৰিত কৰিছে! ছুইডিছ চেক্স ফেডাৰেচনৰ উদ্যোগত অহা ৮ জুনত অনুষ্ঠিত হ’ব বিশ্বৰ প্ৰথমখন ইউৰোপীয় চেক্স চেম্পিয়নশ্বিপ।

কেইবা সপ্তাহ ধৰি চলিবলগীয়া এই চেম্পিয়নশ্বিপত প্ৰতিদিনে ৬ ঘণ্টা ধৰি অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। খবৰ অনুসৰি অংশগ্ৰহণকাৰীসকলে নিজৰ মেচ বা কাৰ্য্যকলাপৰ সৈতে জড়িত হ’বলৈ ৪৫ মিনিটৰ পৰা এঘণ্টা সময় পাব।

সভ্য সমাজ ব্যৱস্থাত এইধৰণৰ ক্ৰীড়াৰ উত্থানে সমাজব্যৱস্থাত কি প্ৰভাৱ পেলাব সেইয়া সুধীসমাজে বিচাৰ কৰিব৷কিন্তু এনে ক্ৰীড়াৰ বিশ্বব্যাপী বিস্তাৰে ভৱিষ্যতে পুঁজিবাদৰ সহায়ত মানুহক অধিক পণ্য হিচাপে গ্ৰহণ কৰাৰ মানসিকতাক গঢ় দি তুলিব পাৰে৷যি মুঠেও শুভ লক্ষণ নহয়৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস