--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি কিমান ধৰণৰ যে খেলে স্বীকৃতি পাইছে৷ শেহতীয়াকৈ ছুইডেনত যৌনতাক এক খেল হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ পিছতে  চুইডেনে প্ৰথম ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ আয়োজন কৰিবলৈ সাজু হৈছে।উল্লেখ্য বিশ্বৰ ভিতৰতে যৌনতাক খেল হিচাপে স্বীকৃতি দিয়া প্ৰথম খন দেশ হৈ পৰিছে ছুইডেন৷

 ছুইডিছ ছেক্স ফেডাৰেচনে যৌন চেম্পিয়নশ্বিপ অনুষ্ঠানটোৰ আয়োজন কৰিছে। ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ ৮ জুন, ২০২৩ত আৰম্ভ হ'ব আৰু কেইবা সপ্তাহ ধৰি চলিব ৷ জানিব পৰা মতে অংশগ্ৰহণকাৰীসকলক প্ৰতিদিনে ছয় ঘণ্টাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ  কৰিব লাগিব। 

এই সময়ছোৱাত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ নিজ নিজ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ প্ৰায় ৪৫  মিনিটৰ পৰা এক ঘণ্টা সময় পাব৷ প্ৰতিবেদন অনুসৰি এতিয়ালৈকে বিশ্বৰ বিভিন্ন দেশৰ ২০ গৰাকী অংশগ্ৰহণকাৰীয়ে ইউৰোপীয় যৌন চেম্পিয়নশ্বিপৰ বাবে আবেদন কৰিছে। ইউৰোপীয় যৌন চেম্পিয়নশ্বিপৰ বিজয়ীসকলক বিচাৰকমণ্ডলী  আৰু দৰ্শকৰ ৰেটিঙৰ ভিত্তিত  নিৰ্বাচিত  কৰা হ'ব। 

চূড়ান্ত মূল্যাঙ্কনৰ সময়ত দৰ্শকৰ ৭০ শতাংশ ভোট বিবেচনা কৰা হ'ব, আনহাতে বাকী ৩০ শতাংশ বিচাৰকৰ ভোটৰ পৰা আহিব। ইউৰোপীয় যৌন চেম্পিয়নশ্বিপৰ প্ৰতিযোগীসকলে ১৬ টা শাখাত প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব পাৰিব৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস