--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী ক্ৰীড়া সন্থাৰ চি ডিভিজন কোৱালিফাইং ফুটবল ৰাউণ্ড ২০২২-২৩ত ফাইনেলত প্ৰৱেশ কৰিছে নাৰেংগী ৰয়েল্‌ছ এফচিয়ে ৷ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এখন ছেমিফাইনেল মেচত নাৰেংগী ৰয়েল্‌ছে আকাশ এফচিক টাইব্ৰেকাৰত ৫-২ গ’লত পৰাস্ত কৰে ৷

নিৰ্ধাৰিত সময়ত মেচখন ১-১ গ’লত অমীমাংসিত হৈ ৰৈছিল । কাইলৈ আনখন ছেমিফাইনেলত পুৱা ৯ বজাত স্প’ৰ্টছক্ৰাফ্‌ট এছচিয়ে কেএমচি এফচিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

উল্লেখ্য কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচত হাৰ্ভেষ্ট এফচিয়ে স্প’ৰ্টছক্ৰাফ্‌ট এছচিক টাইব্ৰেকাৰত ৭-৬ গ’লত পৰাস্ত কৰিছিল যদিও হাৰ্ভেষ্টে অকৰ্তৃত্বশীল খেলুৱৈক নমোৱা বুলি প্ৰমাণ হোৱাত সেই ফলাফল স্প’ৰ্টছক্ৰাফ্‌টৰ পক্ষত দিয়া হয় ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ