--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহমদ চিৰাজৰ দূৰ্দান্ত প্ৰদৰ্শনে বিশ্বকাপৰ বাবে অনিশ্চিত কৰি পেলালে আন এজন ফাষ্ট বলাৰৰ সপোন। ভাৰতীয় দলৰ তিনিগৰাকী মূল পেচাৰ যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু মহম্মদ শ্বামী।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। এইবাৰ ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ভাৰতে ঘোষণা কৰিছে প্ৰাৰম্ভিক দল। এই তিনিজন বলাৰ পেচাৰ হিচাপে আছে। হাৰ্দিক পাণ্ডিয়াও আছে। অৰ্থাৎ ভাৰতৰ পেচ এটেকৰ দায়িত্ব দুজন শক্তিশালী বলাৰ আৰু হাৰ্দিকৰ ওপৰত থাকিব। সেই দুজন শক্তিশালী বলাৰৰ ভিতৰত এজন নিশ্চিতভাৱে বুমৰাহ। 

এছিয়া কাপৰ আৰম্ভণিৰে পৰাই ভাৰতীয় দলটোৱে স্পষ্টকৈ কৈছিল যে তেওঁলোকে শ্বামীক নহয়, ছিৰাজক লক্ষ্য কৰি লৈছে। পাকিস্তান, শ্ৰীলংকাৰ দৰে গুৰুত্বপূৰ্ণ খেলত ছিৰাজে খেলিছে। শ্বামীয়ে নেপাল আৰু বাংলাদেশৰ বিৰুদ্ধে খেলিছিল। তেওঁ দুখন মেচত ৩টা উইকেট দখল কৰে।

ফাইনেলত ছিৰাজে ৬টা উইকেট দখল কৰে। তেওঁৰ প্ৰভাৱতে ভাৰতে কাপ জয় কৰে। গতিকে ক’ব পাৰি যে ছিৰাজে বিশ্বকাপত নিজৰ স্থান দখল কৰিছে। গতিকে পৰ্যবেক্ষকসকলে লক্ষ্য কৰিছে যে ছিৰাজৰ এই উত্থানে মহম্মদ ছামীৰ কেৰিয়াৰলৈ ভাবুকি কঢ়িয়াই আনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক