--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ ছুদক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা তথা চিবিআইৰ পৰৱৰ্তী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমানৰ চিবিআইৰ মুৰব্বী সুবোধ কুমাৰ জয়ছৱালৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত ২৫ মে’ত দায়িত্ব ল’ব ছুদে।

উল্লেখ্য যে দুবছৰৰ বাবে পৰৱৰ্তী কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ সঞ্চালক হিচাপে প্ৰবীণ ছুদক নিযুক্তি দিয়া হৈছে। প্ৰধানমন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলপতিৰে গঠিত এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে এই পদবীৰ বাবে প্ৰাৰ্থীক নিৰ্বাচিত কৰে।  এই কাৰ্যকাল পাঁচ বছৰলৈ বৃদ্ধি কৰিব পাৰিব।

আনহাতে আইপিএছ বিষয়া প্ৰবীণ ছুদ হৈছে কৰ্ণাটক কেডাৰৰ ১৯৮৫ বেটচৰ বিষয়া। কৰ্ণাটকৰ ডিজিপি হিচাপে তেওঁ অশিত মোহন প্ৰসাদৰ স্থান দখল কৰি ২০২০ চনৰ জানুৱাৰী মাহত নিযুক্তি লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস