--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত শেহতীয়াকৈ সংযোজিত হ’ল এক অভিনৱ সঁজুলি৷ এই সজুঁলিবিধ হৈছে এখন  বিশেষ চুৰি৷ দেখাত তেনেই সাধাৰণ যেন লাগিলেও এই চুৰিখনৰ আছে কিছু অসাধাৰণ গুণ৷ 

নতুনকৈ বিকশিত অস্ত্ৰোপচাৰৰ চুৰি খনে ৰোগ নিৰ্ণয়ৰ সময় হ্ৰাস  কৰি আৰু চিকিৎসাৰ বাবে আগবাঢ়ি গৈ কৰ্কট ৰোগৰ চিকিৎসা ৰণনীতিত সহায় কৰিব পাৰে। অস্ত্ৰোপচাৰৰ চুৰিখনে  ছেকেণ্ডৰ ভিতৰতে গৰ্ভৰ কৰ্কট ৰোগ চিনাক্ত কৰিব পাৰে, যাৰ ফলত দ্ৰুতভাৱে  ৰোগ নিৰ্ণয় কৰিব পাৰি। গৱেষকসকলে কয় যে এণ্ডোমেট্ৰিয়েল কৰ্কট ৰোগ নিৰ্ণয় আৰু চিকিৎসাত পলম হোৱাৰ ফলত ৰোগীৰ জীয়াই থকাত নেতিবাচক প্ৰভাৱ পৰে।

ইম্পেৰিয়েল কলেজ লণ্ডনৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে , অস্ত্ৰোপচাৰত ব্যৱহৃত এই বিশেষ চুৰিখনে ইলেক্ট্ৰচাৰ্জিকেল পদ্ধতি ব্যৱহাৰ কৰি এণ্ডোমেট্ৰিয়েল কৰ্কট ৰোগৰ উপস্থিতি বিচাৰি পাব পাৰে। 

জানিব পৰা মতে এই চুৰিখনৰ  উচ্চ ৰোগ নিৰ্ণয়ৰ শুদ্ধতা ৮৯%৷ আনহাতে  আইনাইফৰ ফলাফল নেতিবাচক হয় তেনেহ'লে ব্যক্তিজনক কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অতি কম বুলি লগে লগে আশ্বস্ত কৰিব পাৰি আৰু অধিক পৰীক্ষা ত্বৰান্বিত কৰিব পাৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক