--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাচলিৰ নানান গুণ আছে। তেনে পাচলি সমূহৰ ভিতৰত কেপছিকামো অন্যতম। সাধাৰণতে কেপছিকামৰ বৰণ সেউজীয়া হয় যদিও আজিকালি বজাৰত বিভিন্ন ৰঙৰ কেপছিকামো পোৱা যায়। অতি পুষ্টিদায়ক এই পাচলিবিধ খাবলৈও ভাল তথা পাচলি বিধে দেহৰ কোনো ক্ষতি সাধনো নকৰে। অতি সহজতে আমি কেপছিকামৰ খেতিও কৰিব পাৰো।  টাবতো ইয়াৰ খেতি কৰিব পাৰি।

 কেপছিকামত প্ৰচুৰ পৰিমানে ভিটামিন ’চি’ থাকে।কেপছিকামৰ বহু কেইটা গুণ আছে। ছালৰ উজ্জলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কেপছিকামে যাদুকৰী ভাবে কাম কৰে। তদুপৰি, ছালত  শোঁতৰা পৰা বা শালম:ন প্ৰতিৰোধতো ই বেছ ভাল কাম কৰে।

কেপছিকামত কেপছাইছিনছ নামৰ এবিধ বিশেষ উপাদান থাকে। এই উপাদানে মানৱ দেহৰ ডিএনএ’ৰ সৈতে লগ লাগি কেন্সাৰ সৃষ্টিকাৰী উপাদানৰ গঠনত বাধা দিয়ে আৰু কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।বিষ প্ৰতিৰোধৰ ক্ষেত্ৰতো কেপছিকাম অতি উপকাৰী। মাইগ্ৰেন, ছাইনাছ, সংক্ৰমণ, দাঁতৰ বিষ, অষ্টিঅ’আৰ্থাৰাইটিছ ইত্যাদিৰ বিষৰ উপশম কেপছিকামে সহায় কৰে।

কেপছিকামে দেহত জমা হোৱা অতিমাত্ৰা চৰ্বিৰ দূৰ কৰি  ওজন হ্ৰাস কৰাতো সহায় কৰে।মেলেৰিয়া,  সাধাৰণ জ্বৰ আদিতো কেপছিকামে বেছ ভাল কাম দিয়ে। ই মুখৰ ৰুচি বঢ়ায়।কেপছিকামত এলকাল’য়েড, ফ্লেব’নয়ড, কানিন ইত্যাদি পোৱা যায়। এলকাল’য়েডে জ্বলন নাশক তথা এন্টি অক্সিডেন্ট ৰূপে কাম কৰে।কেপছিকামত থকা ভিটামিন ‘চি’য়ে মস্তিষ্কৰ পেশী পুনৰুজ্জীৱিত কৰাৰ লগতে দেহৰ হাড়ৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি