--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘সমাজৰ মেৰুদণ্ড স্বৰূপ শিক্ষকক চৰকাৰী গিনিপিক সজাইছে…’- এই মন্তব্য ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ৷ তেওঁৰ মতে, শিক্ষকসকলৰ ওপৰত অন্যায় কৰা হৈছে৷ আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে৷

তেওঁৰ মতে, শিক্ষকসকলক চৰকাৰে গিনিপিক সজাইছে৷ শিক্ষকসকলক অন্যায় কৰা হৈছে৷ উল্লেখ্য চৰকাৰে উন্মোচন কৰিছিল ‘ৰিমছ এপ’৷ এই এপটোৱে শিক্ষকৰ মৰ্যাদা হানি কৰিছে বুলিও অভিহিত কৰে তেওঁ৷ ‘ৰিমছ এপ’ৰ দৰে ডিজিটেল ব্যৱস্থাৰ জৰিয়তে প্ৰধান শিক্ষকৰ পদমৰ্যাদাত আঘাত হনা হৈছে বুলিও অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে৷ ৰিপুন বৰাৰ মতে, ‘শিক্ষকসকলক মানসিক চাপ দিয়া হৈছে৷ ৰিমছ এপে শিক্ষকসকলৰ গোপনীয়তা ভংগ কৰিব৷’

আনহাতে, এটা ব্যক্তিগত কোম্পানীক লাভান্বিত কৰিবৰ বাবে চৰকাৰে এই ব্যৱস্থা কৰিছে বুলিও মন্তব্য কৰে তেওঁ৷ ৰিপুন বৰাৰ দাবী বিষয়টোৰ সন্দৰ্ভত চৰকাৰে শ্বেতপত্ৰ দিয়ক৷ আনহাতে, টেট পৰীক্ষাৰ বিসংগতিৰ ওপৰতো মন্তব্য কৰে সাংসদগৰাকীয়ে৷ সাংসদগৰাকীৰ মতে, টেট পৰীক্ষাৰ পুনৰীক্ষণ কৰিব লাগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ