--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চ কলেষ্টেৰল আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ই উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাৰ্ট এটেক, ট্ৰিপল ভেছেল ডিজিজ আৰু ক’ৰ’নাৰী আৰ্টাৰী ডিজিজৰ দৰে বিপজ্জনক ৰোগ সৃষ্টি কৰিব পাৰে। কলেষ্টেৰলৰ বৃদ্ধি কেৱল তেজৰ পৰীক্ষাৰ দ্বাৰাহে ধৰা পেলাব পাৰি, কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত শৰীৰে বহুতো সংকেত প্ৰদান কৰে যদিও আমি বুজি নোপোৱাৰ বাবে ক্ষতিৰ সন্মুখীন হও।

 ১. শৰীৰত বেয়া কলেষ্টেৰল জমা হোৱাটো আমি চকুৰ জৰিয়তে দেখিবলৈ পাওঁ। যেতিয়া আপোনাৰ চকুৰ চাৰিওফালে হালধীয়া ৰঙৰ গোট বা এই ৰঙৰ দাগ দেখা যায়, তেতিয়া এই কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ বুজা যায়।

২. চকুৰ কাষত হালধীয়া ৰঙৰ গোট থকাটো এটা ডাঙৰ সমস্যা যাক কোৱা হয় Xanthelasma। ইয়াৰ বাবে ভৱিষ্যতে Hypothyroidism বা Liver Disease হোৱাৰ আশংকা থাকে।

৩. কলেষ্টেৰল সাধাৰণতে চকুৰ ওপৰত আৰু তলত দেখা দিয়ে, ইয়াৰ ফলত ছালৰ বিপজ্জনক সমস্যাৰ সৃষ্টি হ’ব পাৰে, কাৰণ সময়ৰ লগে লগে ই ডাঙৰ হ’বলৈ আৰম্ভ কৰে। যেতিয়াই শৰীৰত এনে লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে চিকিৎসকৰ পৰামৰ্শ অনুসৰি লিপিড প্ৰফাইল টেষ্ট যিমান সোনকালে পাৰি কৰিব লাগে, যাতে সমস্যা বাঢ়ি নাযায়।

৪. Xanthelasma বা চকুৰ ওচৰত কলেষ্টেৰল জমা হোৱাটোৱে বিশেষকৈ সেইসকল লোকৰ ক্ষতি কৰে যিসকলে ইতিমধ্যে নিজৰ শৰীৰত এনেবোৰ সমস্যা আছে-

* মেদবহুল লোক

* ধূমপায়ী

* উচ্চ বি পি ৰোগী

* ডায়েবেটিছ ৰোগী

* যাৰ লিপিডৰ মাত্ৰা বেছি

* ৩০ৰ পৰা ৫০ বছৰ বয়সৰ লোক


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement