ডিজিটেল ডেস্ক: যমুনামুখ দৈনিক বজাৰৰ পৰা ৰে'ল ষ্টেচনলৈ ৯৫২ মিটাৰ দৈৰ্ঘৰ উৰণসেতু মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।
ৰে'ল বিভাগৰ লামডিং ডিভিজনৰ ভিতৰত সৰ্ববৃহৎ এইখন উৰণসেঁতু।
যমুনামুখবাসীৰ দীৰ্ঘদিনীয়া সপোন আজি বাস্তৱত পৰিণত কৰিলে মুখ্যমন্ত্ৰীয়ে।
আজি যমুনামুখত জলসম্পদ বিভাগৰ লগতে গড়কপ্টানী বিভাগৰো কেবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।