--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • INTELLIGENT TRANSPORT MANAGEMENT SYSTEM (ITMS) দ্বাৰা এতিয়াৰ পৰা পৰিচালনা হ’ব ASTCৰ গুৱাহাটী মহানগৰীত চলাচল কৰা সকলো বাছ।

ডিজিটেল ডেস্ক: অসম ৰাজ্যিক পৰিবহণ নিগমৰ নৱতম সংযোজন। মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ লগতে পৰিবহণ নিগমৰ বাছসমূহৰ সুচল পৰিচালনাৰ বাবে মুকলি হ’ল ASTCৰ INTEGRATED COMMAND AND CONTROL CENTER। 


INTELLIGENT TRANSPORT MANAGEMENT SYSTEM (ITMS) দ্বাৰা এতিয়াৰ পৰা পৰিচালনা হ’ব ASTCৰ গুৱাহাটী মহানগৰীত চলাচল কৰা সকলো বাছ।


পহিলা জানুৱাৰীত গুৱাহাটীত মুকলি হ'ব ৬০খন নতুন ইলেকট্ৰনিক বাছ । ফেব্ৰুৱাৰীত পুনৰ নতুনকৈ আহিব ৪০খন অত্যাধুনিক EV বাছ । জানুৱাৰীৰ পৰা সুগম এপৰ জৰিয়তে সহজ হ’ব বাছসেৱা । GS ৰোডকে ধৰি গুৱাহাটীৰ দুটা মূল পথ হ’ব GREEN ৰোড ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ