--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চন্দ্ৰৰ নিচেই সমীপত চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম৷ আজি নিশা ২ বজাত বিক্ৰম অধিক কাষ চাপিব চন্দ্ৰৰ৷ নিশা ২ বজাত সম্পন্ন হ’ব বিক্ৰম লেণ্ডাৰৰ ডিবুষ্টিং৷ 

ডিবুষ্টিঙৰ জৰিয়তে হ্ৰাস কৰা হ’ব বিক্ৰমৰ গতি৷ ডিবুষ্টিঙৰ পাছত চন্দ্ৰৰ পৰা নিকটতম দূৰত্ব হ’ব ৩০ কিঃমিঃ৷ আনহাতে সৰ্বাধিক দূৰত্ব হ’বগৈ ১০০ কিঃমিঃ৷ সম্প্ৰতি নিশাৰ আন্ধাৰে আৱৰি আছে লেণ্ডাৰে অৱতৰণ কৰিবলগীয়া স্থান দক্ষিণ মেৰু অঞ্চল। ২৩ আগষ্টত সেই অঞ্চলত হ’ব সুৰ্যোদয়। 

যাৰ বাবে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত ছফট লেণ্ডিঙৰ চেষ্টা চলাব লেণ্ডাৰ বিক্ৰমে। কিয়নো লেণ্ডাৰ বিক্ৰমত সংযোজিত ইঞ্জিনৰ শক্তিৰ বাবে ব্যৱহৃত হ’ব সৌৰশক্তি। আনহাতে, ২৩ আগষ্টত অৱতৰণ অসফল হ’লে পুনৰ অৱতৰণৰ বাবে লেণ্ডাৰ বিক্ৰমে অপেক্ষা কৰিব লাগিব ২৮ দিনলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক