--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰ’লছ ৰয়েছে শেহতীয়াকৈ এটা বিশেষ মাইক্ৰ’নিউক্লিয়াৰ ৰিয়েক্টৰৰ কনচেপ্ট মডেল প্ৰকাশ কৰিছে। চন্দ্ৰপৃষ্ঠলৈ নিয়াৰ পৰিকল্পনা কৰিছে ৰিয়েক্টৰটোক।

ব্ৰিটেইনৰ মহাকাশ সংস্থাৰ পৰা ২৯ লাখ পাউণ্ডৰ চুক্তি (৩৬ লাখ ডলাৰ)ৰ দ্বাৰা সমৰ্থিত এই প্ৰকল্পৰ লক্ষ্য হৈছে অদূৰ ভৱিষ্যতে চন্দ্ৰত উপনিবেশ স্থাপন কৰা মহাকাশচাৰীসকলৰ বাবে এক নিৰ্ভৰযোগ্য শক্তিৰ উৎস প্ৰদান কৰা।

ৰ’লছ ৰয়েছৰ ভৱিষ্যতৰ কাৰ্যসূচীৰ সঞ্চালক আবি ক্লেটনে এক বিবৃতিত কয় যে আমাৰ মহাকাশ মাইক্ৰ’ ৰিয়েক্টৰ কনচেপ্ট মডেলে আমাক প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে যে এই প্ৰযুক্তিয়ে মহাকাশ আৰু পৃথিৱী উভয়ৰে বাবে কেনেদৰে অপৰিসীম সুবিধা কঢ়িয়াই আনিব।

নৱেম্বৰৰ শেষৰ ফালে ব্ৰিটেইনৰ বেলফাষ্টত অনুষ্ঠিত হোৱা ব্ৰিটেইনৰ মহাকাশ সন্মিলনত এই মডেলটো উন্মোচন কৰা হয়। ৰ’লছ ৰয়েছে বিশ্বাস কৰে যে ৰিয়েক্টৰটো চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হ’বলৈ আৰু ছয় বছৰ লাগিব। প্ৰতিষ্ঠানটোৱে বিবৃতিটোত কয় যে ২০৩০ চনৰ আৰম্ভণিতে চন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ এটা ৰিয়েক্টৰ সাজু হোৱাৰ পৰিকল্পনা কৰিছে ৰ’লছ ৰয়েছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক