--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ প্ৰভুভক্তিৰ কথা সৰ্বজন বিদিত৷ কুকুৰে আনকি টোপনিৰ সময়ত সপোনতে নিজৰ গৰাকীকেই দেখে৷ হাৰ্ভাৰ্ডৰ একাংশ মনোবিজ্ঞানীয়ে প্ৰকাশ কৰা মতে  কুকুৰবোৰেও মানুহৰ দৰে সপোন দেখে আৰু সিঁহতে প্ৰায়ে নিজৰ  মালিকৰ সপোন দেখিব পাৰে। 

ডাঃ ডেইৰড্ৰে বেৰেটৰ গৱেষণাই এই কথা  সূচাইছে  যে কুকুৰবোৰে সিহঁতৰ  দৈনন্দিন অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সপোনৰ পৰিবেশ সৃষ্টি কৰে, প্ৰায়ে সিহঁতে  মালিকৰ উপস্থিতি আৰু আৱেগজড়িত ঘটনাবোৰ সপোনত দেখে৷ 

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ নিদানিক আৰু বিৱৰ্তনশীল বিভাগৰ  মনোবিজ্ঞানী ডাঃ ডেইৰড্ৰে বেৰেটে কুকুৰৰ টোপনি আৰু আচৰণৰ বিষয়ে  বিস্তৃত গৱেষণা  চলাই গৈছে৷ গৱেষণাৰ সময়তে তেওঁ  কুকুৰে  মানুহৰ দৰেই সপোন দেখিব পাৰে বুলি সিদ্ধান্তত উপনীত হৈছে৷  বেৰেটে পিপ’ল আলোচনীত এই বিষয়ে উল্লেখ কৰিছে৷ উল্লেখ্য জীৱ-জন্তুৱে সপোন দেখে নে নাই তাকেলৈ নানা ধৰণৰ গৱেষণা চলি আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক